'বিহুটি আঁচলৰ ধন' শীৰ্ষক এক মুকলিবিহুৰ অনুষ্ঠান, প্ৰাগ্‌জ্যোতিষপুৰ বিশ্ববিদ্যালয়

Thumbnail Image

"বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আঁচলৰ ধন" অসমীয়া জাতিৰ স্বাভিমান ৰঙালীৰ আগমনৰ লগত সংগতি ৰাখি প্ৰাগ্‌জ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ৯/০৪/২০২৫ তাৰিখে আয়োজন কৰিছিল 'বিহুটি আঁচলৰ ধন' শীৰ্ষক এক মুকলিবিহুৰ অনুষ্ঠান।

Album